আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা দিন। ১৯৬১ চনত ডিব্ৰুগড়ৰ বিন্ধাকটা মুলুকগাঁৱত জন্মগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ওপজা দিনত মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা বিভিন্নজনৰ। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনাইছে শুভেচ্ছা ।

Guruttopurna