GURUTTOPURNA: Assam chief minister Sarbananda Sonowal on Thursday morning celebrated Bhogali Bihu at his home town—Dibrugarh. Sonowal lit the Meji, a thatch-and-bamboo structure which is consigned to flames early morning on the Bihu day as homage to Agni, the fire god. CM Sonowal was joined by some of his colleagues and […]
Assam
গুৰুত্বপূৰ্ণঃ জম্মু-কাশ্মীৰত দেশমাতৃৰ বাবে মৃত্যুক আঁকোৱালি ল’লে ধেমাজিৰ মৃত্যুঞ্জয়ে। বুধবাৰে গাণ্ডেৰাল জিলাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে শ্বহীদ হয় চিআৰপিএফৰ ১১৫ নং বেটেলিয়নৰ জোৱান তথা ধেমাজিৰ চিচিবৰগাঁৱৰ সন্তান মৃত্যুঞ্জয় চুতীয়া। চবিলাল চুতীয়া আৰু চন্দিকা চুতীয়াৰ কনিষ্ঠ পুত্ৰ মৃত্যুঞ্জয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উভয়তে লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ […]