গুৰুত্বপূৰ্ণঃ ডিব্ৰুগড়ত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । তলত সভাস্থলীৰ কেইখনমান আলোকচিত্ৰ

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ উদ্দেশ্যে অসম বিধানসভাত শেহতীয়াকৈ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আইন, ২০২০ গৃহীত হৈছে । বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ (বিটিচি) আৰু ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত অঞ্চলক বাদ দি গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা জিলাৰ কোচ ৰাজবংশী লোকৰ বসতি প্ৰধান গাঁওসমূহকলৈ এই পৰিষদ গঠন কৰা হ’ব । অঞ্চলটোত বসবাস […]

Guruttopurna